Latest

latest

নিজৰ ভৰিত নিজে কুঠাৰঘাত

31.1.19

/ by Bodopress


Bodo News : বিজেপি চৰকাৰে নিজৰ ভৰিত নিজে কুঠাৰঘাত কৰি লোৱা যেন পাইছো । politics কৰিলেও ইয়াৰ এটা সীমা থাকে।politics কৰিবলৈ কোনে নাজানে চবেই জানে ।কিন্তু সত্য কথা যে dirty politics ৰ সীমা অতিক্ৰম কৰিলে নিজেই বিলুপ্ত হৈ যায় ।বড়ো জাতিৰ শীৰ্ষ নেতা সকলক arrest কৰি জনসমুদ্রত জনপ্ৰিয়তা অৰ্জন কৰিব চেষ্টা কৰিবলৈ যত্ন কৰাতো হাস্যকৰ ।কাৰন আমাৰ শীৰ্ষ নেতাক জব্দ কৰি আমাৰ আন্দোলন শেষ কৰিব নোৱাৰি কিন্তু আমি আগবাঢ়ি হে যাম । আফ্ৰিকাত যেনেকৈ নেলচন মেনদেলাই বহু বছৰ যাবজিবন কাৰাদণ্ড যাপন কৰিব লগীয়া হৈছিল শেষ পৰ্যায়ত যাবজিবন কাৰাদণ্ড যাপন কৰি থকা অৱস্থাতে আফ্ৰিকা সাদিন হল আৰু নেলচন মেনদেলাকো কাৰামুক্ত কৰিব লগা হল ।ঠিক তেনেকুৱাই আমাৰ ৰঞ্জন দৈমাৰী য়ে কোৱাৰ দৰে " মই যাবজিবন কাৰাদণ্ডত থাকোতে থাকোতেই বড়োলেণ্ড হৈ যাব" । কিন্তু এজাক সাংবাদিকে এই কথা হজম কৰিব পৰা নাই ।কিছুমানৰ গাত বেয়াকৈ লাগিছে ।কিন্তু এই বাক্যটো আমাৰ বড়ো জাতিৰ গাত তেজে তেজে সোমাই গৈছে ।এই বাক্য আমাৰ বড়ো জাতিৰ ভবিষ্যত বানী,, আনে বেয়া পায় লাভ নাই । আৰু বড়োলেণ্ড হোৱাৰ পিছত দৈমাৰী ছাৰক কাৰামুক্ত কৰিব লাগিব এইতো আমাৰ দাবী । নহলে আমি UNO ৰ সহায় লবলৈ বাধ্য হম ।কিন্তু এটা কথা NDFB ৰ বাহিৰেও অনেক ভয়ংকৰ ভয়ংকৰ বিদ্ৰোহী সংগঠন আছে সেই সংগঠন বিলাকৰ মুখ্য নেতা সকলেও দেখোন মানুহ হত্যা কৰে, বোমা বিস্ফোৰণ কৰে, কি এখেত সকলক কি কৰা যাব?এতিয়া আমাৰ এটা ভয় লাগিছে এটা বিশেষ ভয়,,,,,, দৈমাৰীক আকৌ জালত পেলাবলৈ অন্য সংগঠনে NDFB নাম লৈ জঘন্য ঘটনা সংঘটিত কৰিব পাৰে ।

                                                            Dwimu Khungur Boro

No comments

More for You

Recent Popular Uploaded

Bodoland Territorial Region in Assam || A miraculous smile, don't know what kind of desire it is ....! एक चमत्कारी मुस्कान, पता नहीं यह किस तरह का अरमान है ....!

Bodoland Territorial Region in Assam || A miraculous smile, don't know what kind of desire it is ....! एक चमत्कारी मुस्कान, पता नहीं यह ...

BTC Election : The election would be held after the end of Governor's rule !

BTC Election : The election would be held after the end of Governor's rule !
The election would be held after the end of Governor's rule.

Haila Huila, Rongjani De

Haila Huila, Rongjani De
New Bodo Album Released on YouTube "Bodo Press"

What is the Aronai ?

What is the Aronai ?
What is the Aronai ? Aronai is a small Scarf, used both by Men and Women.

BTC इलेक्शन पर एक बार नजर

BTC इलेक्शन पर एक बार नजर
One time look at BTC election, It was believed that on October 27, the election would be held after the end of Governor's rule.

भारी बस्ट और ब्रॉड पहनने वाली महिलाओं के लिए 10 सर्वश्रेष्ठ दख'ना डिजाइन।


Don't Miss
© all rights reserved
made with by templateszoo